অসম

বাইহাটা চাৰিআলিত আৰক্ষীৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত, আহত ৭জন…

asomiyapratidin
  • বাইহাটা চাৰিআলিত আৰক্ষীৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত।
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এগৰাকী মহিলা আৰক্ষীসহ ৭জন।
  • এজন আচামীক থানালৈ নি থকা অৱস্থাতে দুৰ্ঘটনাগ্ৰস্ত হয় বাহনখন।
  • আহত আটাইকে ভৰ্তি কৰোৱা হৈছে হাস্পতালত।
  • গুৰুতৰভাৱে আহত দুজনক প্ৰেৰণ কৰা হৈছে জিএমচিএইচলৈ।