অসম

কিছু সকাহঃ অগ্নিকুণ্ড বাঘজানত স্থাপন ব্ল আউট প্ৰিভেন্টাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ বাঘজানবাসীলৈ কিছু সকাহ। প্ৰায় ডেৰমাহ ধৰি অগ্নিকুণ্ডত পৰিণত হোৱা বাঘজানত স্থাপন কৰা হল ব্ল আউট প্ৰিভেন্টাৰ। বৰ্তমানেও বাঘজানৰ উক্তস্থানত জুই জ্বলি আছে যদিও জুই আৰু গেছ চাপ নিয়ন্ত্ৰণলৈ অনাৰ দিশে এখোজ আগুৱাইছে অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষ। উল্লেখ্য যে, জুই নিৰ্বাপনৰ বাবে চিংগাপুৰৰ পৰা অহা ৬গৰাকী বিশেষজ্ঞৰ ভিতৰত ৪গৰাকীয়েই দেওবাৰে উভতি গৈছে। বৰ্তমান ২গৰাকী বিশেষজ্ঞই কৰি আছে কাম।