- তৰুণ গগৈৰ স্বাস্থ্যৰ খবৰ লৈ উভতিল বদৰুদ্দিন আজমল।
- তেওঁ ক'লে- গগৈৰ স্বাস্থ্য অতি সংকটজনক।
- সকলোৱে তেওঁৰ বাবে প্ৰাৰ্থনা কৰক।
- লগতে জনালে তৰুণ গগৈক লৈ তেওঁ এখন গ্ৰন্থ লিখিব।
- বহু কথাই আমনি কৰিছে তেওঁৰ মনত।
- এই মুহূৰ্তত এক মিৰাকেল হ'ব বুলি তেওঁ আশাবাদী।
- পৰিয়ালৰ সৈতে থকা গগৈৰ ঘনিষ্ঠতাৰ কথাও দোহাৰিলে।