- বিষ্ণুৰাম মেধী চৰকাৰী আইন মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ।
- অধ্যক্ষ গৰাকীয়ে এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ উত্থাপন হৈছে ।
- এই সন্দৰ্ভত সমূহ মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল ।
- যুৱতী গৰাকীয়ে সোমবাৰে দাখিল কৰিছে এই এজাহাৰ ।
- দুৱাৰকৈ আৰক্ষীয়ে ভাষ্য গ্ৰহন কৰিছে যুৱতী গৰাকীৰ ।
- এই পৰ্যন্তলৈ আৰক্ষীয়ে আটক কৰা নাই আইন মহাবিদ্যালয় খনৰ অধ্যক্ষ গৰাকীক ।