- মুখ্যমন্ত্ৰীয়েহে ৰাজ্যপাললৈ প্ৰেৰণ কৰিব মন্ত্ৰিত্বৰ পদত্যাগ পত্ৰ, তাত আমাৰ কৰণীয় নাই।
- বোকাখাতত এই মন্তব্য অগপ সভাপতি অতুল বৰাৰ।
- বিজেপিৰ লগত কোনো কাৰণতে মিত্ৰতা সম্ভৱ নহয় বুলিও ক'লে আঞ্চলিক দলটোৰ সভাপতিগৰাকীয়ে।
- বিজেপিক অসমীয়া জাতিধ্বংসী দল আখ্যা অগপ সভাপতি অতুল বৰাৰ
- ৰাম মাধৱে অগপক পুনৰ চৰকাৰলৈ আমন্ত্ৰণ কৰাটো হাস্যকৰ বুলিও ক'লে অগপ সভাপতিগৰাকীয়ে।