অসম

কয়লা কেলেংকাৰীত জড়িত সহকাৰী এনফ’ৰ্চমেণ্ট পৰিদৰ্শক বেদান্ত গগৈক আদালতত হাজিৰ

asomiyapratidin
  • আদালতত হাজিৰ কৰোৱা হ'ল সহকাৰী এনফ'ৰ্চমেণ্ট পৰিদৰ্শক বেদান্ত গগৈক।
  • বিশেষ আদালতত হাজিৰ কৰোৱা হয় তেওঁক।
  • কয়লা কেলেংকাৰীত জড়িতৰ অভিযোগ তেওঁৰ বিৰুদ্ধে।
  • সোমবাৰে চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিছিল বেদান্ত গগৈক।
  • বেদান্ত গগৈ সহকাৰী এনফ'ৰ্চমেণ্ট পৰিদৰ্শক।