অসমৰ প্ৰথম গৰাকী মহিলা আইএএছ পাৰুল দাসৰ মৃত্যু ।কোভিডত আক্ৰান্ত হৈ মৃত্যু হয় পাৰুল দাসৰ ।পাৰুল দাস আছিল ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব ।কোভিডত আক্ৰান্ত হৈ হস্পিতালত চিকিৎসাধীন হৈ আছিল দাস ।