অসম

অসম তৃণমূল কংগ্রেছৰ সাধাৰণ সম্পাদকক বৰ্খাস্ত

Asomiya Pratidin
  • অসম তৃণমূল কংগ্রেছৰ সাধাৰণ সম্পাদকক বৰ্খাস্ত।

  • বৰ্খাস্ত অসম TMCৰ সাধাৰণ সম্পাদক অভিজিৎ মজুমদাৰক।

  • অসম TMCৰ সভাপতি ৰিপুন বৰাৰ নিৰ্দেশমৰ্মে বৰ্খাস্ত।

  • দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত বৰ্খাস্ত।

  • দলৰ সকলো দায়িত্ব আৰু প্রাথমিক সদস্য পদৰ পৰাও বৰ্খাস্ত।