অসম

কোভিড-১৯ঃ ৰাজ্যত আকৌ ১৫৯জন আক্ৰান্ত, সুস্থ হৈছে ১১০জন…

asomiyapratidin
  • সোমবাৰে অসমত আকৌ ১৫৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • ইয়াৰে ৫২জন লোক কামৰূপ মেট্ৰ'ৰ।
  • এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১২৭৭৬জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, সোমবাৰ ৰাজ্যত সুস্থ হয় ১১০জন লোক।
  • বৰ্তমানলৈকে অসমত সুস্থ হোৱা লোকৰ সংখ্যা ২০৮৩৯৩জনলৈ বৃদ্ধি পাইছে।
  • আনহাতে, চিকিৎসাধীন হৈ আছে ৩৩৯৯জন ৰোগী।
  • উল্লেখ্য যে, অসমত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৯৮১জনলৈ বৃদ্ধি পাইছে।