অসম

ঘোষণা হ’ল টেটৰ ফলাফল…

asomiyapratidin
  • ঘোষণা কৰা হ'ল ২০২১ চনৰ ৰাজ্যিক প্ৰাথমিক টেটৰ ফলাফল।
  • বুধবাৰে পুৱা ১১ বজাত ঘোষণা কৰা হ'ল এই ফলাফল।
  • নিম্ন প্ৰাথমিক টেটত এইবাৰ অৱতীৰ্ণ হৈছিল মুঠ ১৪৪০৬৫ গৰাকী।
  • উত্তীৰ্ণ হ'ল মুঠ ২৩৩৯৪ গৰাকী।
  • নিম্ন প্ৰাথমিকত উত্তীৰ্ণৰ হাৰ ১৬.২৪ শতাংশ।
  • উচ্চ প্ৰাথমিকত অৱতীৰ্ণ হৈছিল মুঠ ১১৪৭১৯ গৰাকী।
  • উত্তীৰ্ণ হৈছে মুঠ ২০৬৩৯ গৰাকী।
  • সেই অনুসৰি উত্তীৰ্ণৰ হাৰ ১৭.৯৯ শতাংশ।