আছাম ৰাইফলে জব্দ কৰে ১৬৬৭ গ্ৰাম হীৰা।হীৰাসহ আছাম ৰাইফলে গ্ৰেপ্তাৰ কৰে দুগৰাকী মহিলাক।.হাইলাকান্দিত আছাম ৰাইফলে জব্দ কৰে হীৰাখিনি।জব্দ কৰা হীৰাখিনিৰ বজাৰ মূল্য প্ৰায় ১০ কোটি টকা।