অসম

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ মনোনয়ন পত্ৰ দাখিল…

asomiyapratidin
  • অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ মনোনয়ন পত্ৰ দাখিল ।
  • গহপুৰ বিধান সভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ৰূপে মনোনয়ন দাখিল কৰে বৰাই
  • মহকুমাধিপতি,ৰিটাৰ্ণিং বিষয়া আদিত্য বিক্ৰম যাদৱৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে বৰাই ৷
  • বহু কেইগৰাকী সমৰ্থকৰ সৈতে মনোনয়ন দাখিল কৰে বৰাই ।