অসম

মুকালমুৱা আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান

Asomiya Pratidin
  • মুকালমুৱা আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান

  • আদাবাৰীত ৩ ড্রাগছ সৰবৰাহকাৰীক আটক

  • আটক: আবুবক্কাৰ ছিদ্দিক, ৰাজীৱ দাস, লাকীম ডেকা

  • ৩ সৰবৰাহকাৰীৰ পৰা ২৩টা হেৰ’ইন ভৰ্তি কণ্টেইনাৰ জব্দ

  • লগতে নগদ ৮ হাজাৰ টকা, এখন বাইক, দুটা ম’বাইল জব্দ