অসম

এনকাউন্টাৰ; আৰক্ষীৰ গুলী আহত বলাৎকাৰৰ অভিযুক্ত…

asomiyapratidin
  • ৰাজ্যত পুনৰ এনকাউন্টাৰ।
  • ৫ বছৰীয়া শিশু বলাৎকাৰৰ অভিযুক্তলৈ আৰক্ষীৰ গুলী।
  • পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত সংঘটিত এই ঘটনা।
  • অভিযুক্ত হৰেন্দ্ৰ ৰাম নামৰ লোক জনৰ বাঁও ভৰিত গুলী লাগে।
  • আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওঁতেই আৰক্ষীয়ে গুলী চলায়।