অসম

মৰিগাঁও আৰক্ষীৰ জালত দুজনকৈ চাইবাৰ অপৰাধী

Asomiya Pratidin
  • মৰিগাঁও আৰক্ষীৰ জালত দুজনকৈ চাইবাৰ অপৰাধী

  • জিয়াবুৰ ৰহমান আৰু কহিনুৰ আখটাৰা নামৰ এগৰাকী মহিলাক আটক

  •  সুধিৰ কুমাৰ নামৰ দিল্লীৰ এজন ব্যক্তিৰ পৰা 26 লাখ টকা চাইবাৰ অপৰাধৰ জৰিয়তে লুট কৰে

  •  মৰিগাঁৱ আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত চলা অভিযানত গ্ৰেপ্তাৰ হোৱা এই অপৰাধী কেইজন

  • অনলাইন বিত্তীয় APPৰ জৰিয়তে ভুৱা ঋণ সৰকাইছিল এই অপৰাধীটোৱে

  • বহিঃ ৰাষ্ট্ৰৰ ব্যক্তিকো বিক্ৰী কৰিছিল OTP.