- কোৰোনাত আক্ৰান্ত হৈছে পুনৰ ৪ জন আৰক্ষী।
- আটাইকেইজনে গুৱাহাটী মহানগৰীৰ বুলি জানিব পৰা গৈছে।
- কোৰোনাত আক্ৰান্তসকল হৈছে, পল্টন বজাৰ থানাৰ এএছআই গুঞ্জনন্দ টাইড।
- বিৰুবাৰী আৰক্ষী চকীৰ তিনিগৰাকী আৰক্ষীও আক্ৰান্ত কোৰোনাত।
- আক্ৰান্ত হৈছে এছআই জগদীশ কলিতা আৰু তেওঁৰ গাড়ীচালক আৰু দেহৰক্ষী।
- বৰ্তমান আটাইকেইগৰাকীক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
- ফাঁচী বজাৰ আৰক্ষী চকীৰ কনিষ্টবল গণেশ বৰদলৈৰ দেহটো ধৰা পৰিছে কোৰোনা ভাইৰাছ।