অসম

অসমত আকৌ ৩৪৫৩জন কোভিড পজিটিভঃ ১৪১৭জন কামৰূপ মেট্ৰ’ৰ, ২৩জনৰ মৃত্যু…

asomiyapratidin
  • অসমত আকৌ ৩৪৫৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • ইয়াৰে ১৪১৭জন কামৰূপ মেট্ৰ'ৰ।
  • শনিবাৰে ৰাজ্যত মুঠ ৫৪০০২জন লোকৰ কোভিড টেষ্ট কৰা হয়।
  • ইয়াৰে ৩৪৫৩জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি।
  • শনিবাৰে কোভিড টেষ্ট কৰা ৬.৩৯ শতাংশ লোকৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • ইফালে, ৰাজ্যত শনিবাৰে কোৰোনাত আক্ৰান্ত ২৩জনৰ মৃত্যু।