অসমত নতুনকৈ কোৰোনা ধৰা পৰিছে ৮৯ গৰাকী লোকৰ দেহত।ইয়াৰে ৩০ গৰাকী কামৰূপ জিলাৰ।১৭ গৰাকী তিনিচুকীয়া জিলাৰ, গুৱাহাটীৰ ১৪ গৰাকী, ১৪ গৰাকী ধুবুৰীৰ, ১০ গৰাকী কাছাৰৰ আৰু ৪ গৰাকী ধেমাজিৰ।অসমত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১০২৪ গৰাকীলৈ বৃদ্ধি পালে।