অসম

ৰাজ্যত আকৌ ৪৪৭৫জন কোভিড পজিটিভ, ৪১জনকৈ লোকে হেৰুৱাইছে প্ৰাণ…

asomiyapratidin
  • ৰাজ্যত আকৌ ৪৪৭৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • অসমত মঙলবাৰৰ দিনটোত ৫৫০০৩জনৰ কোভিড টেষ্ট কৰা হয়।
  • তাৰে ভিতৰত ৪৪৭৫জনৰ কোৰোনাৰ উপস্থিতি ধৰা পৰে।
  • ইয়াৰে ভিতৰত কামৰূপ মেট্ৰ'ৰ ১৪১৭জন কোৰোনাত আক্ৰান্ত হৈছে। ইফালে, ৰাজ্যত আজিৰ দিনটোত কোৰোনাত আক্ৰান্ত ৪১জনকৈ লোকে হেৰুৱাইছে প্ৰাণ।