জি এম চি এইছত অঘটন। সন্ধানহীন হৈছে এটি ৭ মহীয়া শিশু। শিশু ৱাৰ্ডৰ পৰাই সন্ধানহীন হৈছে শিশুটি। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য। কিদৰে শিশুটি শিশু ৱাৰ্ডৰ পৰা সন্ধানহীন হ'ল তাক লৈ সৃষ্টি হৈছে চাঞ্চল্য। সন্ধানহীন শিশুটিৰ সন্ধান অব্যাহত ৰাখিছে।