ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে দেশজুৰি পালন কৰা হৈছে ৭৩ সংখ্যক স্বাধীনতা দিৱস। অসমৰো বিভিন্ন প্ৰান্তত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। ৰাজ্যৰ কোন মন্ত্ৰীয়ে ক'ত উত্তোলন কৰিব জাতীয় পতাকাঃ
- খানাপৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্বাধীনতা দিৱস উপলক্ষে উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা।
- লখিমপুৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব হিমন্ত বিশ্ব শৰ্মাই।
- ডিব্ৰুগড়ত চন্দ্ৰমোহন পাটোৱাৰীয়ে উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা।
- তিনিচুকীয়াত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব অতুল বৰাই।
- ধুবুৰীত কেশৱ মহন্তই উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাক।
- মাজুলীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব নৱ দলে।
- যোৰহাটত সিদ্ধাৰ্থ ভট্টাচাৰ্যই উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা।
- ধেমাজিত ছুম' ৰংহাঙে কৰিব ৰাষ্ট্ৰীয় পতাকা।
- নগাঁৱত ৰিহন দৈমাৰীয়ে কৰিব ৰাষ্ট্ৰীয় পতাকা উত্তোলন।
- তেজপুৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব ৰঞ্জিত দত্তই।
- নলবাৰী ফণীভূষণ চৌধুৰীয়ে উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা।
- বৰপেটাত প্ৰমীলাৰাণী ব্ৰহ্মই কৰিব ৰাষ্ট্ৰীয় পতাকা উত্তোলন।
- গোৱালপাৰাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব পীয়ুষ হাজৰিকাই।
- দৰঙত ভৱেশ কলিতাই উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা।
- শিলচৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব পৰিমল শুক্লবৈদ্যই।
- শিৱসাগৰত চন্দন ব্ৰহ্মই কৰিব ৰাষ্ট্ৰীয় পতাকা উত্তোলন।