- নতুন দিল্লীত অনুষ্ঠিত হৈ থকা ৪১ সংখ্যক এছিয়ান চিনিয়ৰ চাইকেলিং ট্ৰেক চেম্পিয়নশ্বিপত মহিলাৰ এলাইট স্ক্ৰেটচ ৰেচত ভাৰতৰ হৈ গৌৰৱ কঢ়িয়াই আনিলে অসমৰ যুৱতীয়ে।
- ব্যক্তিগত শাখাত ভাৰতৰ হৈ ব্ৰঞ্জৰ মেডেল কঢ়িয়াই আনিলে অসমৰ প্ৰতিভাশাৰী চাইক্লিষ্ট চয়নিকা গগৈয়ে।
- ইয়াৰ পূৰ্বে দলীয় শাখাটো নাম উজ্বলাইছিল চয়নিকাই।
- পুনৰ বাৰ চয়নিকা গগৈয়ে দেশৰ লগতে অসমৰো নাম উজলাবলৈ সক্ষম হয়।
- চয়নিকাৰ ঘৰ গহপুৰত।