অসম

দুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৪জনৰ মৃত্যু…

asomiyapratidin
  • সোমবাৰে ৰাজ্যলৈ আহিল দুঃখবৰ।
  • সোমবাৰে অসমত কোৰোনাত আক্ৰান্ত ৪জন লোকৰ মৃত্যু।
  • মৃত্যু হোৱা লোক কেইজন ক্ৰমে- সুব্ৰত পাত্ৰ (কামৰূপ মেট্ৰ'), হৰেণ মহন্ত (শিৱসাগৰ), সুকেন্দ্ৰ তাঁতী (তিনিচুকীয়া) আৰু মদন দত্ত (ডিব্ৰুগড়)।
  • উল্লেখ্য যে, ৰাজ্যত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১০৯জনলৈ পালে বৃদ্ধি।