ডিজিটেল ডেস্কঃ ১৫আগষ্টত অসমত কোনে কত কৰিব পতাকা উত্তোলন।
- মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালঃ জজ খেলপথাৰ, গুৱাহাটী
- বিত্ত তথা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ মৰিগাঁও
- কৃষিমন্ত্ৰী অতুল বৰাঃ গোলাঘাট
- প্ৰমীলাৰাণী ব্ৰহ্মঃ কোকৰাঝাৰ
- পৰিমল শুক্লবৈদ্যঃ কৰিমগঞ্জ
- চন্দ্ৰমোহন পাটোৱাৰীঃ শিৱসাগৰ
- কেশৱ মহন্তঃ যোৰহাট
- ৰিহণ দৈমাৰীঋ ওদালগুৰি
- ৰঞ্জিত দত্তঃ শোণিতপুৰ
- সিদ্ধাৰ্থ ভট্টাচাৰ্যঃ বৰপেটা
- ফণীভূষণ চৌধুৰীঃ গোৱালপাৰা
- চন্দন ব্ৰহ্মঃ বৰাইগাঁও
- চুম ৰংহাংঃ হোজাই
- নৱ কুমাৰ দলেঃ দৰং
- ভৱেশ কলিতাঃ বাক্সা
- পীয়ুষ হাজৰিকাঃ নগাঁও
- যোগেন মহনঃ ডিব্ৰুগড়
- সঞ্জয় কিষাণঃ ধেমাজি