অসম

বিষাক্ত সুৰা সেৱনৰ ফলত ৰাজ্যত মৃত্যুৰ সংখ্যা ৯২ জনলৈ বৃদ্ধি

asomiyapratidin
  • বিষাক্ত সুৰা সেৱনৰ ফলত ৰাজ্যত মৃত্যুৰ সংখ্যা ৯২ জনলৈ বৃদ্ধি
  • চৌদিশে এতিয়া হাহাকাৰ পৰিৱেশ।
  • মৃতকৰ পৰিয়ালক দিয়া হ'ব আৰ্থিক সাহায্য।
  • মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব এই সাহায্যৰ পৰিমাণ।
  • সংবাদ মাধ্যমক এই কথা জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • দিনৰ ১ বজালৈকে গোলাঘাটত মৃতকৰ সংখ্যা ৫৩ জনলৈ বৃদ্ধি।
  • শনিবাৰে মৃত্যু হোৱা সকল হল-শালমৰাৰ মালতী পুজৰ,শুকমণি ভক্তা, কুন্তী তাতী গোলাঘাট চহৰৰ ছাজিদ আহমেদ কাছমাৰীৰ অজিত ফুকন কাজল বাউৰী, মাইনূ পুজৰ,,দুলূ ৰয়,মমতা তাতী,অখিল বাউৰী, বিমান পুজৰ,তনু ৰয়,বুবুল ভূয়া,জগত ফুকন, বিমান কোৱৰ আৰু পৰশু বাল