বিগত দুদিনত ৰাজ্যত ধুমুহাত বিস্তৰ ক্ষতি।গোলাঘাটত সোমবাৰে নিশা ধুমুহাৰ তাণ্ডৱ।খুমটাইত ধুমুহাৰ ফলত বিস্তৰ ক্ষতি।বাসগৃহত গছ ভাগি পৰাৰ বাবে ক্ষতিসাধন।ধুমুহাৰ ফলত আহত হৈছে কেইবাজনো লোক।