অসম আৰক্ষীৰ স্থায়ী সঞ্চালকপ্ৰধানৰূপে নিযুক্তি ভাস্কৰজ্যোতি মহন্তক।পূৰ্বে ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালকপ্ৰধান ৰূপে নিযুক্তি দিয়া হৈছিল মহন্তক।কুল শইকীয়াৰ অৱসৰৰ পিছতে ভাস্কৰজ্যোতি মহন্তক ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান ৰূপে নিযুক্তি দিয়া হৈছিল।