অসম

ৰাজ্যত আকৌ ৩২জন কোভিড পজিটিভ, সুস্থ হৈছে ৯৮জন…

asomiyapratidin
  • অসমত আকৌ ৩২ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংক্যা ২১৬৯১৯জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, বুধবাৰে ৰাজ্যত সুস্থ হৈছে ৯৮জন লোক।
  • বৰ্তমানলৈ অসমত সুস্থ হোৱা লোকৰ সংখ্যা ২১৩১৭৯জন।
  • বুধবাৰৰ দিনটোত অসমত মৃত্যু হৈছে দুজন লোকৰ।
  • এতিয়ালৈকে অসমত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৭৭জনলৈ বৃদ্ধি পাইছে।