অসম

অসমত পুনৰ ২৪৪জন কোৰোনাত আক্ৰান্ত, ৬জনৰ মৃত্যু…

asomiyapratidin
  • অসমত পুনৰ ২৪৪জন কোৰোনাত আক্ৰান্ত।
  • ইয়াৰে ৭৫জন কামৰূপ মেট্ৰ'ৰ, ১৯জন শিৱসাগৰৰ, ১৮জন বৰপেটাৰ আৰু ১৮জন কামৰূপ গ্ৰাম্যৰ।
  • এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬০৯৫০৬জনলৈ বৃদ্ধি ।
  • ইফালে, বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ৩৯১জন লোক।
  • আনহাতে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ৬জনৰ মৃত্যু।
  • এতিয়াও অসমত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৪৯১জন ৰোগী।