- অসমত আকৌ ৫৭৫৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
- ইয়াৰে ১৫৪৩জন কামৰূপ মেট্ৰ', ৪৮৪জন কামৰূপ গ্ৰাম্য, ৩৯২জন ডিব্ৰুগড় আৰু ২৯২জন নগাঁৱৰ।
- এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২৮৯০৬৯জনলৈ পাছে বৃদ্ধি।
- ৰাজ্যত শনিবাৰৰ দিনটোত কোৰোনাত আক্ৰান্ত ৫০জনৰ মৃত্যু হৈছে।
- এতিয়াও চিকিৎসাধীন হৈ আছে ৩৬,৭৯৯জন ৰোগী।