- অসমত পুনৰ ৪৯৩জন কোভিড পজিটিভ।
- ইয়াৰে ১৩৮জন কামৰূপ মেট্ৰ'ৰ, ৩৫জন গোলাঘাটৰ, ৩৪জন যোৰহাটৰ আৰু ৩১জন বৰপেটাৰ।
- এতিয়ালৈকে অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৯৬১৬২জনলৈ পাইছে বৃদ্ধি।
- ইফালে, মঙলবাৰৰ দিনটোত অসমত সুস্থ হৈছে ৪৩৩জন লোক।
- আনহাতে, উক্ত দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ৯জনৰ মৃত্যু।
- এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৪৩১৯জন ৰোগী।