- অসমত পুনৰ ৩৬৭৭জন কোৰোনাত আক্ৰান্ত।
- ইয়াৰে ৭৬৮জন কামৰূপ মেট্ৰ'ৰ, ১৮০জন কামৰূপ গ্ৰাম্যৰ, ১৭৫জন গোৱালপাৰাৰ আৰু ১৬৮জন গোলাঘাটৰ।
- ৰাজ্যত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৩৫১৭৫জন ৰোগী।
- দুখৰ খবৰ যে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত ২০জনৰ মৃত্যু।
- অসমত বৰ্তমান পজিটিভিটী হাৰ ৮.২৮ শতাংশ।