- অসমত পুনৰ ১০৬৫জন কোৰোনাত আক্ৰান্ত।
- ইয়াৰে ১৮১জন কামৰূপ মেট্ৰ'ৰ, ৭১জন লখিমপুৰৰ, ৬৩জন বৰপেটাৰ আৰু ৫৬জন নলবাৰীৰ।
- এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৭০৫০৪জনলৈ বৃদ্ধি পাইছে।
- ৰাজ্যখনত বুধবাৰৰ দিনটোত সুস্থ হৈছে ১২৬৩জন লোক।
- তাৰ বিপৰীতে কোৰোনাত মৃত্যু ১৯জন লোকৰ।
- এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১০৮৭৬জন ৰোগী।