অসম

অসমত পুনৰ ৩৪৭জন কোভিড পজিটিভ, আৰোগ্যৰ হাৰ ৯৮.৩৬ শতাংশ…

asomiyapratidin
  • অসমত পুনৰ ৩৪৭জন কোৰোনাত আক্ৰান্ত।
  • ইয়াৰে ১৬২জন লোক কামৰূপ মেট্ৰ'ৰ।
  • মঙলবাৰৰ দিনটোত ৰাজ্যৰ ৪২,৬৭০জন লোকৰ কৰা হৈছে কোভিড টেষ্ট।
  • ইয়াৰে ০.৮১ শতাংশ লোক আক্ৰান্ত হৈছে এই ভাইৰাছত।
  • মঙলবাৰৰ দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ৩জন লোকে হেৰুৱাইছে প্ৰাণ।
  • উল্লেখ্য যে, ৰাজ্যত বৰ্তমান আৰোগ্যৰ হাৰ ৯৮.৩৬ শতাংশ।