অসম

ওদালগুৰিত খাৱৈত বাগৰিল যাত্ৰীবাহী বাছ…

asomiyapratidin
  • ওদালগুৰিত ভয়াৱহ পথ দুৰ্ঘটনা।
  • ওদালগুৰিৰ ভেৰগাওঁ টোটলাপাৰাত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।
  • নিয়ন্ত্ৰণ হেৰুৱাই এখন বাছ বাগৰি পৰে খাৱৈত।
  • ঘটনাত আহত ৭ গৰাকী যাত্ৰী গুৰুতৰ ভাৱে আহত।
  • চালকৰ ভুলৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ।
  • চালকে এখন হাতেৰে মোবাইল ফোনত কথা পাতি আহিছিল।
  • এটা হাতেৰে বাছ চলাইছি চালকে।
  • আহত যাত্ৰীসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।