- ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ সিদ্ধান্ত বাতিলৰ দাবীত আজি জনজাতি সংগঠনৰ সমন্বয় সমিতিৰ অসম বন্ধ।
- গুৱাহাটী মহানগৰীত পৰিলক্ষিত হোৱা নাই বন্ধৰ প্ৰভাৱ।
- বিটিএডিত বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে।
- কোকৰাঝাৰ, বাক্সা, চিৰাং আৰু ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত প্ৰতিবাদকাৰীৰৰ।
- আনহাতে ১২ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ জাগীৰোডত সৰ্বাত্মক।
- ৰাষ্ট্ৰীয় ঘাইপথত গছ বগৰাই টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত বন্ধ সমৰ্থনকাৰীৰ।