অসম

আজি বিধানসভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰিব ‘দ্য আছাম বিনিয়োজন বিধেয়ক ২০১৯’

asomiyapratidin
  • আজি বিধানসভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰিব 'দ্য আছাম বিনিয়োজন বিধেয়ক ২০১৯'।
  • 'আগৰ চৰকাৰৰ দিনৰ ভুৱা জবকাৰ্ড এতিয়াৰ চৰকাৰে বাতিল কৰিছে।'
  • 'ৰাজ্যত ৪ লাখ ভুৱা জবকাৰ্ড ধৰা পৰিছে আৰু সেইসমূহ বাতিল কৰিছে চৰকাৰে।'
  • সদনত ৰূপজ্যোতি কুৰ্মীৰ এক প্ৰশ্নৰ উত্তৰত এই মন্তব্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ।