- ৰাষ্ট্ৰীয় শক্তি উত্তোলন প্ৰতিযোগিতাত নগাঁৱৰ খেলুৱৈৰ সফলতা।
- ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰিলে নগাঁৱৰ সুদক্ষ খেলুৱৈয়ে।
- ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক লাভ কৰা খেলুৱৈ জনৰ নাম বিদ্যুত বৰা।
- মহাৰাষ্ট্ৰৰ নাগপুৰত ১২০ কেজি শাখাত কৃৰ্তিত্ব দেখুৱাই নগাঁৱৰ বিদ্যুতে।
- প্ৰশিক্ষক অৰূপ কুমাৰ বৰাৰ তত্বাবধানত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল বিদ্যুতে।
- বিদ্যুতৰ সাফল্যত উৎফুলিত নগাঁৱৰ ক্ৰীড়া সমাজ।
- নগাঁৱৰ জলাহৰ বিদ্যুত বৰাৰ সাফল্যত স্হানীয় ৰাইজৰ উষ্ম আদৰণি।