অসম

অসমত নতুনকৈ ৬জন লোকৰ দেহত কোৰোনা ভাইৰাছ

asomiyapratidin
  • অসমত পুনৰ ৬জন লোকৰ দেহত কোৰোনা ভাইৰাছ।
  • স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তথ্য সদৰি কৰিছে।
  • ইয়াৰে ৩ জন লোক গুৱাহাটীৰ।
  • ২ গৰাকী কৰিমগঞ্জৰ।
  • ইফালে এগৰাকী লোক সৰুসজাইৰ কোৱাৰেন্টাইন চেন্টাৰৰ।