অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২০ লৈ বৃদ্ধি।শুকুৰবাৰে পুনৰ ৪ গৰাকী লোকৰ দেহত কোৰোনাৰ উপস্থিতিৰ কথা পোহৰলৈ আহিছে।ইয়াৰে ৩ গৰাকী নলবাৰীৰ।.এগৰাকী দক্ষিণ শালমাৰাৰ।আটাইকেইগৰাকী লোকেই গৈছিল নিজামুদ্দিন মাৰ্কাজলৈ।