অসম সাহিত্য সন্মিলনীৰ সভাপতি ৰূপে মনোনীত শিল্পী লোকনাথ গোস্বামী।২০১৯-২১ বৰ্ষৰ বাবে সভাপতি হিচাপে মনোনীত হৈছে গোস্বামী।সন্মিলনীৰ চতুৰ্থ অধিৱেশন অনুষ্ঠিত হ'ব গুৱাহাটীত।বিভিন্নজনে শিল্পী গোস্বামীক জনাইছে অভিনন্দন ।