- পলাতক হৈ থকা বনকৰ্মী অৰূপ বৈশ্যলৈ জাননী।
- বন বিভাগে অৰূপ বৈশ্যৰ গৃহলৈ প্ৰেৰণ কৰিছে আত্মসমৰ্পনৰ জাননী।
- আত্মসমৰ্পনৰ বাবে দুদিনৰ সময় সীমা বান্ধি দিলে বন বিভাগে।
- ৰঙিয়াস্থিত বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত উপস্থিতিৰ নিৰ্দেশ দিয়া হৈছে জাননীখনত।
- ১৭ নৱেম্বৰত পুৱা ১০ বজাৰ ভিতৰত কাৰ্যালয়ত উপস্থিত হ'বলৈ নিৰ্দেশ প্ৰদান কৰিছে বিভাগে।