অসম

জনপ্ৰিয় কন্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ দেহত কোৰোনা…

asomiyapratidin
  • জনপ্ৰিয় কন্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ দেহত ধৰা পৰিছে কোৰোনা।
  • শনিবাৰে কৰা পৰীক্ষাত তেওঁৰ দেহত ধৰা পৰিছে কোৰোনা।
  • বৰ্তমান কন্ঠশিল্পীগৰাকীৰ স্বাস্থ্যক লৈ কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা হোৱা নাই।