APSC কেলেংকাৰীঃ ৰাজপত্ৰিত বিষয়া মৃদুল হাজৰিকা হাজিৰ CID ৰ কাৰ্যালয়ত...
APSC কেলেংকাৰীঃ ৰাজপত্ৰিত বিষয়া মৃদুল হাজৰিকা হাজিৰ CID ৰ কাৰ্যালয়ত... 
অসম

APSC কেলেংকাৰীঃ ৰাজপত্ৰিত বিষয়া মৃদুল হাজৰিকা হাজিৰ CID ৰ কাৰ্যালয়ত...

Asomiya Pratidin
  • পুনৰ ৰাজপত্ৰিত বিষয়াক এছ আই টিৰ সোধাপোচা।

  • এ পি এছ চি কেলেংকাৰী সন্দৰ্ভত সোধপোচ।

  • চি আই ডিৰ কাৰ্যালয়ত হাজিৰ ৰাজপত্রিত বিষয়া মৃদুল হাজৰিকা।

  • আজি এছ আই টিয়ে আজি জেৰা কৰিব নিয়োগ বিষয়াগৰাকীক।

  • মৃদুল হাজৰিকাৰ উত্তৰ বহীত বিসংগতি ধৰা পেলাইছে এছ আই টিয়ে।

  • উত্তৰ বহী সন্দৰ্ভত সোধাপোচা কৰিব বিষয়াগৰাকীক।

  • ২০১৩ বৰ্ষত APSC উত্তীৰ্ণ হৈছিল মৃদুল হাজৰিকা।