- বিশিষ্ট অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যৰ বিয়োগত শোক প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
- অভিনেত্ৰীগৰাকীৰ মৃত্যু ৰাজ্যৰ সাংস্কৃতিক জগতৰ বাবে অপুৰণীয় ক্ষতি বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ।
- ভট্টাচাৰ্যৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলে মুখ্যমন্ত্ৰীয়ে।
- শোকসন্তপ্ত পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ গভীৰ সমবেদনা জ্ঞাপন।
- সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰো শোক প্ৰকাশ।