অসম

মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত চাৰিদুৱাৰত এজনক আটক

Asomiya Pratidin
  • মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত চাৰিদুৱাৰত এজনক আটক ৷

  •  CIDৰ নিৰ্দেশত চাৰিদুৱাৰ আৰক্ষীয়ে আটক কৰিছে যুৱকজনক ৷

  •  আটকাধীন যুৱকজন ছাৰিফুল ইছলাম৷

  •  চাৰিদুৱাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি গুদামঘাট ৰ পৰা আটক ছাৰিফুলক ৷

  •  নিশা আটক কৰিছে চাৰিদুৱাৰ আৰক্ষীয়ে ৷

  • ছাৰিফুলৰ ঘৰ বৰঘাটৰ পুংপানীত বুলি জানিব পৰা গৈছে৷