অসম

ৰঞ্জিত বৰা হত্যাকাণ্ডত জড়িত আন এজনক গ্রেপ্তাৰ

Asomiya Pratidin
  • ৰঞ্জিত বৰা হত্যাকাণ্ডত জড়িত আন এজনক গ্রেপ্তাৰ

  • জাপৰীগোগৰ পৰা গ্রেপ্তাৰ এলবিন নামৰ অপৰাধীটোক

  • হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলমৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্রেপ্তাৰ

  • লখিমপুৰৰ এটা চাঞ্চল্যকৰ ডকাইতিতো জড়িত আছিল এলবিন

  • ২০২২ৰ মাৰ্চত এজন লোকৰ পৰা লুটিছিল ১১লাখ টকা

  • অল আছাম নেশ্যনেল লিবাৰেচন আৰ্মিৰ সদস্য এলবিন