অসম

মাৰ্ঘেৰিটাৰ কিশোৰী বলাৎকাৰ আৰু হত্যাৰ অভিযুক্ত আনন তাঁতীক আটক আৰক্ষীৰ

Asomiya Pratidin
  • মাৰ্ঘেৰিটাৰ কিশোৰী বলাৎকাৰ আৰু হত্যাৰ অভিযুক্তক আটক।

  • আনন তাঁতীক আটক কৰে তিনিচুকীয়া আৰক্ষীয়ে।

  • কিশোৰী গৰাকীৰ মৃতদেহ শৌচালয়ৰ গাতৰ পৰা উদ্ধাৰ হৈছিল।

  • ঘটনাৰ পাছতেই পলাতক আছিল আনন তাঁতী।