অসম

পুনৰ অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ…

asomiyapratidin
  • বৃহস্পতিবাৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
  • নিৰ্বাচনৰ পূৰ্বে সঘনাই অসমলৈ আহি আছে বহু হাইপ্ৰফাইল নেতা।
  • বটদ্ৰৱা প্ৰকল্পৰ শুভাৰম্ভ কৰিব গৃহমন্ত্ৰী গৰাকীয়ে।
  • মহামৃত্যুঞ্জয় মন্দিৰৰ যজ্ঞটো অংশ ল'ব তেওঁ।
  • কাৰ্বি আংলঙৰ ডেন গাঁৱৰ বিশাল জনসভাতো ভাগ ল'ব তেওঁ।