আমিনগাঁৱৰ কালিবাৰীত আৰক্ষীৰ ড্রাগছৰ বিৰুদ্ধে অভিযান।অভিযানত হেৰ'ইনসহ আটক ৪ সৰবৰাহকাৰী।জব্দ কেইবাটাও ড্রাগছ কণ্টেইনাৰ, চিৰিঞ্জ, নগদ ধন, মোবাইল ফোন।আটক জাহিৰ আলী, বিত্তু বৰুৱা, ৰণজিৎ সোণাৰ, উৎপল বিশ্বাস।ঘটনা সন্দৰ্ভত আৰক্ষীৰ সোধ-পোছ অব্যাহত।